ব্ৰাহ্মণসকলে গোটেই জীৱনকালত কি সমপন্ন কৰাটো বাধ্যতামূলক আছিল?

উত্তৰঃ- ব্ৰাহ্মণসকলে গোটেই জীৱনকালত অগ্নিগোত্ৰ যজ্ঞ সমপন্ন কৰাটো বাধ্যতামূলক আছিল।