ভাৰতবৰ্ষ – অৱস্থিতি | Chapter 1 | Class 11 Geography Question Answer For Assam | Class 11 Geography GU Assamese Medium Question Answer Solution For Assam |

১. শুদ্ধ উত্তৰ বাছি উলিওৱা।

(i) ভাৰতবৰ্ষৰ অক্ষৰৈখিক বিস্তৃতিৰ শুদ্ধ তথ্য় কোনটো?

(ক) ৮°৪১/ – ৩৫°৭/ উত্তৰ (খ) ৮°৪ – ৩৭°৬/ উত্তৰ

(গ) ৮°৪/ – ৩৫°৪/ উত্তৰ (ঘ) ৬°৪৫/ – ৩৭°৬/ উত্তৰ

উত্তৰঃ

(ii) কোনখন দেশে ভাৰতবৰ্ষৰ সতে দীৰ্ঘতম স্থলসীমান্তৰ অংশীদাৰ হৈছে?

(ক) বাংলাদেশ (খ) চীন

(গ) পাকিস্তান (ঘ) ম্য়ানমাৰ

উত্তৰঃ

(iii) তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ আকাৰত ডাঙৰ?

(ক) চীন (খ) ইজিপ্ত

(গ) ফ্ৰান্স (ঘ) ইৰান

উত্তৰঃ

(iv) ভাৰতবৰ্ষৰ কাৰণে মান দ্ৰাঘিমা কোনদাল?

(ক) ৬৯°৩০/ পূৱ (খ) ৮২°৩০/ পূৱ

(গ) ৭৫°৩০/ পূৱ (ঘ) ৯০°৩০/ পূৱ

উত্তৰঃ

২. তলৰ প্ৰশ্নবোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা-

(i) ভাৰতবৰ্ষক একাধিক মান সময়ৰ প্ৰয়োজন আছেনে? যদি প্ৰয়োজন, ইয়াৰ কাৰণ কি?

উত্তৰঃ

(ii) ভাৰতবৰ্ষৰ উপকূলৰেখা দীঘল হোৱাৰ ফলত কি সুবিধা বা অসুবিধা হৈছে লিখা।

উত্তৰঃ

(iii) অক্ষৰেখাৰ বিস্তৃতিয়ে ভাৰতবৰ্ষক কেনে কুফল দিছে?

উত্তৰঃ

(iv) কহিমাত (লাগালেণ্ড) যেতিয়া সূৰ্যোদয় আৰু সূৰ্য্য়াস্ত আগতীয়াকৈ হ’য়, দিল্লী আৰু কহিমাৰ ঘড়ীৰ কাটাত একে সময় হ’য় কেনেকৈ?

উত্তৰঃ

প্ৰকল্পৰ দিহা-

পৰিশিষ্ট ১ ৰ ওপৰত ভিত্তি কৰি (শিক্ষক-শিক্ষয়ত্ৰীয়ে সহায় কৰি দিব)

(i) লেখ কাগজত (graph paper) মধ্য় প্ৰদেশ, কৰ্ণাটক, মেঘালয়ল গোৱা, কেৰেলা আৰু হাৰিয়ানা জিলাৰ সংখ্য়া উপস্থাপন কৰা। প্ৰদেশসমূহৰ আয়তনৰ সতে জিলাসমূহৰ সংখ্য়াৰ কিবা সম্পৰ্ক আছেনে?

উত্তৰঃ

(ii) উত্তৰ প্ৰদেশ, পশ্চিম বংগ, গুজৰাট, অৰুণাচল প্ৰদেশ, তামিলনাডু, ত্ৰিপুৰা, ৰাজস্থান জম্মু আৰু কাশ্মীৰৰ ভিতৰত কোনখন জনসংখ্য়াৰ ফালৰ পৰা অধিক ঘনবসতিৰ আৰু কম ঘনত্বৰ ৰাজ্য়?

উত্তৰঃ

(iii) ৰাজ্য়খনৰ আয়তন আৰু জিলাৰ সংখ্য়াৰ সম্পৰ্ক উলিওৱা।

উত্তৰঃ

(iv) উপকূলৰ স’তে সংলগ্ন (সীমাভাগী) ভাৰতৰ ৰাজ্য় কেইখনৰ নাম লিখা।

উত্তৰঃ

(v) স্থলসীমাত অংশীদাৰ, ভাৰতৰ চুবুৰী ৰাষ্টবোৰৰ নাম পশ্চিমৰ পৰা পূৱলৈ একাদিক্ৰমে লিখা।

উত্তৰঃ

পৰিশিষ্ট ২ ৰ ওপৰত নিৰ্ভৰ প্ৰকল্প প্ৰস্তুতৰ দিহা

(i) উপকূলৰ স’তে সংলগ্ন ভাৰতৰ কেন্দ্ৰীয় শাসিত ৰাজ্য় কেইখনৰ নাম লিখা।

উত্তৰঃ

(ii) ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লী আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আয়তন আৰু জনসংখ্য়াৰ তাৰতম্য় কেনেদৰে বাখ্য়া কৰিবা।

উত্তৰঃ

(iii) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আয়তন আৰু জনসংখ্য়া লেখ কাগজত দণ্ডচিত্ৰৰে (bardiagram) দেখুওৱা।

উত্তৰঃ