ভৌগোলিক আৱিষ্কাৰত আগভাগ লোৱা ইউৰোপৰ প্ৰথমখন দেশ কি ?

উত্তৰঃ ভৌগোলিক আৱিষ্কাৰত আগভাগ লোৱা ইউৰোপৰ প্ৰথমখন দেশ আছিল পৰ্টুগাল ।