মেঘালয় মালভূমি কেইটা ভাগত বিভক্ত কৰা হৈছে?

উত্তৰঃ মেঘালয় মালভূমি তিনিটা ভাগত বিভক্ত কৰা হৈছে।