যাযাবৰ গোষ্ঠীয়ে কি খেতি কৰাৰ লগতে আৰু কি কি পশু পালন কৰিছিল ?

উত্তৰঃ যাযাবৰ গোষ্ঠীয়ে কণীধান আৰু জোৱাৰৰ খেতি কৰাৰ লগতে আৰু ছাগলী, গৰু, আৰু ভেৰা পালন কৰিছিল ।