শেহতীয়া  বিষয় আৰু প্ৰত্যাহ্বান | অধ্যায় ১০ | Class 12 Political Science Lesson 10 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 10 Important Solution | H 2nd Year Political Science Lesson 10 Common Answer Assam | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ১০ শেহতীয়া  বিষয় আৰু প্ৰত্যাহ্বান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |


শেহতীয়া  বিষয় আৰু প্ৰত্যাহ্বান

১। বস্তুনিষ্ঠ প্ৰশ্নঃ  
(ক) ভাৰতে নতুন অৰ্থনৈতিক নীতি কোন চনত প্ৰৱৰ্তন কৰিছিল?      
উত্তৰঃ
 


(খ) ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
 

(গ) মণ্ডল আয়োগৰ অধ্যক্ষ গৰাকীৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰঃ- 

(ঘ) মণ্ডল আয়োগ কোনখন   চৰকাৰে গঠন কৰিছিল?
উত্তৰঃ-
 

(ঙ) মণ্ডল আয়োগ কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ-
  

(চ) কাশীৰাম কোন আছিল?
উত্তৰঃ- 
 

(ছ) DS-4 কি?

উত্তৰঃ-  

(জ) বাবৰি মছজিদ কোন চনত ধ্বংস হৈছিল?

উত্তৰঃ-

(ঝ) কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উশ্থাপন কৰিছিল?
উত্তৰঃ-
 

(ঞ) UPA- ৰ সম্পূৰ্ণ নাম কি? 
উত্তৰঃ-
 

২। শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ১৩ টা দলবিশিষ্ট নেচনেল  ডেমক্ৰেটিক এলায়েন্স চৰকাৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।

উত্তৰঃ- 

(খ) মণ্ডল আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে ১৯৮৭ চনত কাৰ্যকৰী  কৰে।
উত্তৰঃ-
 

(গ) মণ্ডল আয়োগে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ২২ শতাংশ আসন সংৰক্ষণৰ পৰামৰ্শ দিছিল।
উত্তৰঃ-
 

(ঘ) ১৯৯৯ চনত আকালি দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পতন ঘটিছিল। 
উত্তৰঃ- 
 

(ঙ) ভাৰতত ১৯৭৭ চনত মৰ্চা চৰকাৰ আৰম্ভ হয়।
উত্তৰঃ-
 

৩। খালী ঠাই পূৰণ কৰাঃ
(ক) কেন্দ্ৰীয় চৰকাৰে ১৯৭৯  চনত মণ্ডল আয়োগ গঠন কৰিছিল।
(খ) বহুজন সমাজ পাৰ্টি ১৯৮৪ দলিত নেতা কাশীৰামে  প্ৰতিষ্ঠা কৰিছিল।
(গ) মণ্ডল আয়োগ  জনতা পাৰ্টিৰ চৰকাৰে গঠন কৰিছিল।
(ঘ) ১৯৭৭ চনত ৰাষ্ট্ৰীয়  ৰাজনীতিত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ উশ্থান ঘটিছিল!
(ঙ) ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণী কৰ্মচাৰী সংস্থা গঠন হৈছিল।

৪। চমু প্ৰশ্নঃ
(ক) মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ উল্লেখ কৰা ।
উত্তৰঃ- 

(খ) নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী কোন আছিল?
উত্তৰঃ-
 

(গ) মায়াৱতীয়ে কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ত্ব কৰে। তেওঁৰ ৰাজনৈতিক দলটোৰ নাম উল্লেখ কৰা।
উত্তৰঃ-
 

(ঘ) ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উশ্থানৰ দুটা কাৰণ লিখা।
উত্তৰঃ-

(ঙ) সাম্প্ৰদায়িকতাবাদ বুলিলে কি বুজা?
উত্তৰঃ-
 

(চ) বহুজন সমাজ পাৰ্টিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ- 

(ছ) ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ-
 

(জ) ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-


৪।  চমুটোকাঃ-
(ক) অযোধ্যা বিতৰ্ক
উত্তৰঃ- 
 

(খ) নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ।
উত্তৰঃ-

(গ) উত্তৰ ভাৰতত অন্যান্য পিছপৰা শ্ৰেণীৰ উত্থান।
উত্তৰঃ-
 


(ঘ) ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰত দলিত ৰাজনীতিৰ প্ৰভাৱ।
উত্তৰঃ-

(ঙ) সাম্প্ৰদায়িকতাৰ প্ৰত্যাহ্বান।
উত্তৰঃ-


৫। ৰচনাধৰ্মী প্ৰশ্নঃ
(ক) বিশ্বায়ন মানে কি বুজা? ভাৰতে বিশ্বায়নৰ প্ৰত্যাহ্বানৰ প্ৰতি কেনেদৰে সঁহাৰি আগবঢ়াইছিল? 
উত্তৰঃ-
 

(খ) বিশ্বায়নৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ

(গ) ‘সাম্প্ৰদায়িকতাবাদ ভাৰতৰ বাবে অভিশাপ’—ব্যাখ্যা কৰা। ইয়াক প্ৰতিৰোধ কৰাৰ অৰ্থে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ-
 


(ঘ) দলিত ৰাজনীতি মানে কি বুজা? দলিত ৰাজনীঁতিৰ প্ৰধান প্ৰভাৱ আলোচনা কৰা।
উত্তৰঃ-
 


(ঙ) মণ্ডল আয়োগৰ পৰামৰ্শাৱলী আলোচনা কৰা।
উত্তৰঃ-
 


(চ) বাবৰি মছজিদ ধ্বংস আৰু ইয়াৰ পিছৰ ঘটনাৱলী আলোচনা কৰা। 
উত্তৰঃ- 

(ছ) অযোধ্যাত আৰু গোধৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতৰ সাম্প্ৰদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ-

JK