সঁজুলিৰ ব্যৱহাৰ আৰু ইহঁতৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্নপ্ৰস্তৰ যুগটোক কেইটা পৰ্যায়ত বিভক্ত কৰা হয় আৰু কি কি ?

উত্তৰঃ সঁজুলিৰ ব্যৱহাৰ আৰু ইহঁতৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্নপ্ৰস্তৰ যুগটোক তিনিটা পৰ্যায়ত বিভক্ত কৰা হয় । সেইকেইটা হ’ল- আদি প্ৰত্নপ্ৰস্তৰ, মধ্য প্ৰত্নপ্ৰস্তৰ আৰু শেষ প্ৰত্নপ্ৰস্তৰ যুগ ।