সপ্তম হেনৰীয়ে কি কি শিক্ষা গ্ৰহণ কৰিবলৈ পণ্ডিতসকলক ইটালীলৈ প্ৰেৰণ কৰিছিল ?

উত্তৰঃ সপ্তম হেনৰীয়ে গ্ৰীক আৰু লেটিন শিক্ষা গ্ৰহণ কৰিবলৈ পণ্ডিতসকলক ইটালীলৈ প্ৰেৰণ কৰিছিল ।