স্মৃতি চিহ্নবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ কেইটা কি কি?

উত্তৰঃ- ভাগ কেইটা হ’ল (১) ডবাগুটিৰ আকৃতিৰ,

(২) Y (ওৱাই) আকৃতিৰ আৰু

(৩) ম’হৰ শিঙৰ আকৃতিৰ।