হিমালয় কেইবা শাৰীত প্ৰায় সমান্তাৰাল কিহৰে গঠিত?

উত্তৰঃ হিমালয় কেইবা শাৰীত প্ৰায় সমান্তাৰাল পৰ্বতমালাৰে গঠিত।