কামৰূপত ৰাজত্ব কৰা প্ৰথমজন অনাৰ্য্য় অসুৰ ৰজা কোন আছিল?

উত্তৰঃ- কামৰূপত ৰাজত্ব কৰা প্ৰথমজন অনাৰ্য্য় অসুৰ ৰজা আছিল মহীৰঙ্গা দানৱ।