কি কি ভাষাৰ হাতে লিখা পুথিবোৰ সংগ্ৰহ কৰিছিল ?

উত্তৰঃ পেট্ৰাৰ্কে গ্ৰীক ভাষাৰ আৰু লেটিন ভাষাৰ হাতে লিখা পুথিবোৰ সংগ্ৰহ কৰিছিল ।