কোনখন ফলিৰ বৰ্ণনামতে কৃষ্ণই বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱী (ভূমি) উদ্ধাৰ কৰিছিল?

উত্তৰঃ- ডুবি আৰু নিবানপুৰ তামৰ ফলিৰ বৰ্ণনামতে কৃষ্ণই বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱী (ভূমি) উদ্ধাৰ কৰিছিল।