গুৰু নানকৰ জন্ম হোৱা গাঁওখনৰ নাম কি ?

উত্তৰঃ- গুৰু নানকৰ জন্ম হোৱা গাঁওখনৰ নাম হ’ল-নানকানা চাহিব ।