ড॰ ভূপেন হাজৰিকাক আইতাকে কি কি জ্ঞান দিছিল?

উত্তৰঃ ড॰  ভূপেন হাজৰিকা আইতাকে মহাভাৰত ,ৰামায়ণ আৰু পঞ্চতত্ত্বৰ সাধুবোৰ মাজেৰে নৈতিকতা আৰু আধ্যাত্মিকতাৰ জ্ঞান দিছিল।