ড॰ ভূপেন হাজৰিকাৰ বাৰ বছৰৰ বয়সত কি কি বস্তুৰ প্ৰতি ভয় কৰিছিল?

উত্তৰঃ ড॰  ভূপেন হাজৰিকাৰ বাৰ বছৰৰ বয়সত আন্ধাৰলৈ ভয় কৰিছিল, অকলে গা ধুবলৈ ভয় কৰিছিল, আৰু ভূতৃ-প্ৰেতাত্মা-ডাইনী আদিকো ভয় কৰিছিল।