পৰ্টুগীজ নাৱিক ভাস্কো-ডা-গামাই কিমান খৃঃত ভাৰতৰ ক’ত উপস্থিত হৈছিল ?

উত্তৰঃ পৰ্টুগীজ নাৱিক ভাস্কো-ডা-গামাই ১৪৯৮ খৃঃত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল ।