বিজয়নগৰৰ আটাইতকৈ মনোমোহা বৈশিষ্ট্য কি ?

উত্তৰঃ- বিজয়নগৰৰ আটাইতকৈ মনোমোহা বৈশিষ্ট্য হ’ল-ইয়াৰ অৱস্থান ।