বৰগঙ্গা শিলালিপিত ভূতিবৰ্মনক কি বুলি সম্বোধন কৰা হয়?

উত্তৰঃ- বৰগঙ্গা শিলালিপিত ভূতিবৰ্মনক ‘পৰমভাগৱত’ বুলি সম্বোধন কৰা হয়।