ভগদত্তই কোন কোন অঞ্চলত বাস কৰা যোদ্ধাৰে গঠিত বিশাল বাহিনীৰে অৰ্জুণৰ সৈতে যুদ্ধত লিপ্ত হৈছিল?

উত্তৰঃ- ভগদত্তই কীৰাত, চীনা আৰু সাগৰৰ উপকূলীয় অঞ্চলত বাস কৰা যোদ্ধাৰে গঠিত বিশাল বাহিনীৰে অৰ্জুণৰ সৈতে যুদ্ধত লিপ্ত হৈছিল।