ষোড়শ আৰু সপ্তদশ শতিকাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে ?

উত্তৰঃ- ষোড়শ আৰু সপ্তদশ শতিকাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোক গাঁৱত বাস কৰে ।