ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ ফলত কি উৎপত্তি হৈছিল ?

উত্তৰঃ ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ ফলত ‘ভোজন গৃহ’ৰ উৎপত্তি হৈছিল ।