আকবৰ-নামাৰ প্ৰথম দুটা খণ্ড কিহৰ আছিল ?

উত্তৰঃ- আকবৰ-নামাৰ প্ৰথম দুটা খণ্ড বুৰঞ্জীৰ আছিল ।