ইউৰোপৰ সকলো দেশতে নৱ ভাৱৰ শক্তিটোৱে কিহৰ ওপৰত আক্ৰমণ কৰিছিল ?

উত্তৰঃ ইউৰোপৰ সকলো দেশতে নৱ ভাৱৰ শক্তিটোৱে মধ্যযুগীয় ধ্যান, ধাৰণা, বিশ্বাস আৰু পদ্ধতিৰ ওপৰত আক্ৰমণ কৰিছিল ।