ক’ত স্পেনচাৰ হুকাৰ আৰু ছেক্সপ্ৰিয়েৰৰ দৰে নাট্যকাৰৰ জন্ম হৈছিল ?

উত্তৰঃ ইংলেণ্ডত স্পেনচাৰ হুকাৰ আৰু ছেক্সপ্ৰিয়েৰৰ দৰে নাট্যকাৰৰ জন্ম হৈছিল ।