কিমান চনত হাম্পীক গুৰুত্বপূৰ্ণ জাতীয় সম্পদৰূপে স্বীকৃতি দিয়া হৈছে ?

উত্তৰঃ- ১৯৭৬ চনত হাম্পীক গুৰুত্বপূৰ্ণ জাতীয় সম্পদৰূপে স্বীকৃতি দিয়া হৈছে ।