কিমান চনত হাৰ্দেনবাৰ্গে প্ৰুছিয়াৰ সামাজিক সংস্কাৰ অব্যাহত ৰাখিছিল ?

উত্তৰঃ ১৮১১ চনত হাৰ্দেনবাৰ্গে প্ৰুছিয়াৰ সামাজিক সংস্কাৰ অব্যাহত ৰাখিছিল ।