কিমান চনৰ এষ্টেট জেনেৰেলত স্থায়ী প্ৰভাৱ প্ৰয়োগ কৰাৰ সুযোগ লাভ কৰিছিল ?

উত্তৰঃ ১৭৮৯ চনৰ এষ্টেট জেনেৰেলত স্থায়ী প্ৰভাৱ প্ৰয়োগ কৰাৰ সুযোগ লাভ কৰিছিল ।