কিমান চনৰ সাংবিধানক ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাক জনসাধাৰণে আনন্দেৰে আদৰণি জনাইছিল ?

উত্তৰঃ ১৭৯১ চনৰ সাংবিধানক ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাক জনসাধাৰণে আনন্দেৰে আদৰণি জনাইছিল ।