কিমান শতিকাত কৰ্ণাটকত এটি নতুন ধৰ্ম আন্দোলনৰ বিকাশ হৈছিল ?

উত্তৰঃ- দ্বাদশ শতিকাত কৰ্ণাটকত এটি নতুন ধৰ্ম আন্দোলনৰ বিকাশ হৈছিল ।