কিহৰ তথ্যমতে অমূৰ্তৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ- ৰামায়ণৰ তথ্যমতে অমূৰ্তৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।