কি পুৰাণত উল্লেখ আছে যে নৰকে নিজে আৰ্য্য়সকলক প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ- কালিকাপুৰাণত উল্লেখ আছে যে নৰকে নিজে আৰ্য্য়সকলক প্ৰতিষ্ঠা কৰিছিল।