কি শতিকাৰ আৰম্ভণিৰ পৰা পোপে ধৰ্মীয় ক্ষমতাৰ উপৰিও কি ক্ষমতা বৃদ্ধি কৰিছিল ?

উত্তৰঃ ১৬ শতিকাৰ আৰম্ভণিৰ পৰা পোপে ধৰ্মীয় ক্ষমতাৰ উপৰিও ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিছিল ।