গীৰ্জাৰ সুদূৰপ্ৰসাৰী সংস্কাৰৰ প্ৰয়োজনীয়তা দাবী কৰা ব্যক্তিজন কোন আছিল ?

উত্তৰঃ গীৰ্জাৰ সুদূৰপ্ৰসাৰী সংস্কাৰৰ প্ৰয়োজনীয়তা দাবী কৰা ব্যক্তিজন আছিল পদুৱাৰ মাৰ্শিগ্লিও ।