চুইজাৰলেণ্ডত সংস্কাৰ আন্দোলনৰ সূচনা কোনে কৰিছিল ?

উত্তৰঃ চুইজাৰলেণ্ডত সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল জিংলিয়ে ।