জ্ঞান অৰ্জন | অধ্যায় ৫(খ) | Class 11 Education (AHSEC) 2 Question and Answer Assam | HS 1st Year Education Chapter 5 (B) Question and Answer Assamese Medium Solution | HS 1st Year Education (AHSEC) 2 Lesson 5(B) Shorts Important Question and Answer Assamese Medium Notes and Suggestion |

জ্ঞান অৰ্জনৰ / জ্ঞাত হোৱাৰ মানসিক প্ৰক্ৰিয়া

।। প্ৰশ্নাৱলী ।।


(ক) খালী ঠাই পূৰ কৰাঃ

(১) বৰ্হি জগতৰ জ্ঞান লাভৰ প্ৰথমিক প্ৰক্ৰিয়া  বুলি কোৱা হয়।

উত্তৰঃ

(২)  সম্পৰ্কে প্ৰথমিক বোধৰ সংবেদন বুলি কোৱা হয়।

উত্তৰঃ(

৩) সংবেদন কোনো ভৌত উদ্দীুনা আৰু  পাৰস্পৰিক ক্ৰিয়াৰ ফল।

উত্তৰঃ

(৪) বিশিষ্ট সংবেদন  প্ৰকাৰ।

উত্তৰঃ

(৫)  সংবোধৰ আৱশ্যিক চৰ্ত।উত্তৰঃ

(৬) জ্ঞানলাভৰ মনসিক প্ৰক্ৰিয়া  স্তৰৰ মাজেৰে সম্পন্ন হয়।

উত্তৰঃ

(৭)  হৈছে ভুল প্ৰত্যক্ষণ।

উত্তৰঃ

(৮) সংবেদনৰ সময়ত মন  অৱস্থাত থাকে।

উত্তৰঃ

(৯) সংবোধৰ সময়ত মন  অৱস্থাত থাকে।

উত্তৰঃ

(১০)  চিন্তাৰ এক উপকৰণ।

উত্তৰঃ

(১১)  সংবেদনৰ সাহাৰ্যত বৰ্হিজগতৰ সম্পৰ্কে জ্ঞান লাভ কৰা যায়।

উত্তৰঃ

(১২) আঙ্গিক সংবেদন  অঙ্গৰ মাধ্যমেৰে সৃষ্টি হয়।

উত্তৰঃ

(১৩) সংবেদন =  + অৰ্থ

উত্তৰঃ

(১৪) ধাৰণা গঠনৰ শেষ পৰ্যায় হৈছে

উত্তৰঃ

(১৫) জ্ঞান লাভৰ প্ৰক্ৰিয়া = সংবেদন + সংবেদন + সংবোধন  

উত্তৰঃ

(খ) ভুল / শুদ্ধ লিখা ঃ

(১) সংবেদন এক সৰলতম প্ৰাথমিক প্ৰক্ৰিয়া।
উত্তৰঃ
(২) দৈহিক সংবেদন আভ্যন্তৰীণ উদ্দীপক প্ৰসূত।
উত্তৰঃ
(৩) প্ৰাপ্ত বয়স্কৰ সংবেদন নিখুঁত সংবেদন।
উত্তৰঃ
(৪) সংবোধৰ লগত মনোযোগ যুক্ত হৈ থাকে।
উত্তৰঃ
(৫) সংবোধৰ বাবে পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন।
উত্তৰঃ 
(৬) সংবোধন বিভিন্ন অভিজ্ঞতাৰ সমন্বয়।

উত্তৰঃ

 (৭) ধাৰণা গঠনৰ সৰ্বশেষ পৰ্য্যায় হৈছে নামকৰণ।

উত্তৰঃ

(৮) ক্ষুবাৰ অভিজ্ঞতা জ্ঞানেন্দ্ৰিয়লব্ধ।

উত্তৰঃ

(৯) স্বাদৰ অভিজ্ঞতা এক আঙ্গিক সংবেদন।

উত্তৰঃ 

(১০) দৈহিক সংবেদন ইন্দ্ৰিয় সংবেদনৰ তুলনাত স্পট।

উত্তৰঃ  

(১১) সংবোধন সংবেদন নিৰ্ভৰ।

উত্তৰঃ

(১২) সংবেদন হ’ল বস্তুধৰ্মী জ্ঞান।

উত্তৰঃ

(১৩) ধাৰণা মূৰ্ত আৰু বিমূৰ্ত দুয়ো প্ৰকাৰৰ হ’ব পাৰে।

উত্তৰঃ

(১৪) ইন্দ্ৰিয়জাত সংবেদন তিনি প্ৰকাৰৰ।

উত্তৰঃ

(১৫) সংবোধন সম্পূৰ্ণ দৈহিক প্ৰক্ৰিয়া।

উত্তৰঃ

(১৬) সংবেদনৰ উৎপত্তি স্থল হৈছে গ্ৰহনেন্দ্ৰিয় সমূহ।

উত্তৰঃ

(১৭) সংবোধন উপস্থানমূলক।

উত্তৰঃ

(১৮) অমূল প্ৰতক্ষ্য উদ্দীপকৰ অবৰ্তমানত লাভ কৰা হয়।

উত্তৰঃ

(১৯) ভূুল সংবেদনক ভ্ৰান্ত প্ৰতক্ষ্য বুলি কোৱা হয়।

উত্তৰঃ

(২০) ধাৰণ গঠন মানুহৰ ক্ষেত্ৰতেই সীমাবদ্ধ।

উত্তৰঃ

(২১) অমূল প্ৰত্যক্ষ সম্পূৰ্ণ মনোজাত।

উত্তৰঃ

(২২) সংবোধন অতীত অভিজ্ঞতা নিৰ্ভৰ।

উত্তৰঃ

(২৩) ভাষাৰ বিকাশৰ লগত সংপ্ৰত্যয়ন সম্পৰ্ক যুক্ত।

উত্তৰঃ

(২৪) সংপ্ৰত্যয়নৰ বাবে সংবেদন অপৰিহাৰ্য নহয়।

উত্তৰঃ

(২৫) উদ্দেগজনিত কাৰণত ভুল প্ৰত্যক্ষন হ’ব পাৰে।

উত্তৰঃ

(২৬) বিশুদ্ধ সংবেদন এক অলীক কল্পনা।

উত্তৰঃ
(গ) চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ
(১) বিশুদ্ধ সংবেদন এক অলীক কল্পনা।

উত্তৰঃ

(২) অৰ্থপূৰ্ণ সংবেদনক কি বুলি কোৱা হয়?

উত্তৰঃ

(৩) সংবেদনৰ পৰৱৰ্তী ৰূপটোক কি বুলি কোৱা হয়? 

উত্তৰঃ

(৪) সংবেদনৰ মূল ভিত্তি কি? 

উত্তৰঃ

(৫) ইন্দ্ৰিয় সংবেদন কেইপ্ৰকাৰৰ? 

উত্তৰঃ

(৬) শব্দ সংবেদনৰ উদ্দীপক কি?

 উত্তৰঃ

(৭) দৃষ্টি সংবেদনৰ উদ্দীপক কি? 

উত্তৰঃ

(৮) জ্ঞান অৰ্জন প্ৰক্ৰিয়াৰ শেষ পৰ্য্যায়টো কি? 

উত্তৰঃ

(৯) অন্ধকাৰত ৰচী এডালক সাপ যেন দেখাটো কি জাতীয় প্ৰতক্ষ্যণ? 

উত্তৰঃ

(১০) ক্ষুধা, তৃষ্ণা কোন প্ৰকাৰৰ সংবেদন?

উত্তৰঃ

(১১) সংবোধনৰ প্ৰথম স্তৰটোৰ নাম কি?

উত্তৰঃ

(১২) ধাৰণাৰ মূল ভিত্তি কি?

 উত্তৰঃ

(ঘ) চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২ নম্বৰ)ঃ
(১) ইন্দ্ৰিয় প্ৰশিক্ষণ কাক বোলে?

উত্তৰঃ 

(২) উদ্দীপক কাক বোলে? 

উত্তৰঃ

(৩) প্ৰতিক্ৰিয়া কাক বোলে? 

উত্তৰঃ

(৪) দুটা বাহ্যিক আৰু আভ্যন্তৰীণ উদ্দীপকৰ উদাহৰণ দিয়া।

উত্তৰঃ
(৫) সংবেদনৰ উপাদান সমূহ কি? 

উত্তৰঃ

(৬) সংবেদনৰ চাৰিটা ধৰ্ম উল্লেখ কৰা?

উত্তৰঃ

(৭) সংবেদনৰ দুটা বৈশিষ্ট্য লিখা? 

উত্তৰঃ

(৮) পেশী সংবেদনৰ উৎপত্তিস্থল সমূহ উল্লেখ কৰা? 

উত্তৰঃ
(৯) আংগিক সংবেদন কাক বোলে? 

উত্তৰঃ

(১০) দৈহিক সংবেদনৰ দুটা বৈশিষ্ট্য লিখা? 

উত্তৰঃ

(১১) পেশীয় সংবেদন কাক বোলে? উত্তৰঃ(১২) ভ্ৰান্ত প্ৰতক্ষ্য কি? 

উত্তৰঃ

(১৩) অমূল পতক্ষ্য কি?

উত্তৰঃ

(১৪) জ্ঞানেন্দ্ৰিয়ৰ ভিত্তিত সংবেদনক কিভাবে ভাগ কৰিব পাৰি? 

উত্তৰঃ.

(১৫) দুবিধ ভুল সংবেদনৰ নাম লিখা?

উত্তৰঃ

(ঙ) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)ঃ
(১) পাৰ্থক্য দেখুওৱাঃ

* সংবেদন আৰু সংবোধন

উত্তৰঃ

* সংবোধন আৰু সংপ্ৰত্যয়ন

উত্তৰঃ

* ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষ

উত্তৰঃ

* বিশিষ্ট সংবেদন আৰু দৈহিক সংবেদন 

উত্তৰঃ

* আংগিক সংবেদন আৰু পেশীয় সংবেদন।

উত্তৰঃ
(২) জ্ঞানেন্দ্ৰিয় আৰু সংবেদনৰ সম্পৰ্ক কি?

উত্তৰঃ

(৩) মস্তিষ্কৰ বিষয়ে লিখা।

উত্তৰঃ

(৪) মেৰুমৰ্জাত গঠন আৰু কাৰ্য্যাৱলী সমূহ লিখা।

উত্তৰঃ

(৫) শিশুৰ সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ 

(৬) ভ্ৰান্ত প্ৰত্যক্ষৰ কাৰণ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ

 (৭) অমূলক প্ৰত্যক্ষৰ কাৰম সমূহ উল্লেখ কৰা।

উত্তৰঃ

(৮) সংপ্ৰত্যয়নৰ গঠন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ

(৯) সংবিধানৰ ধৰ্ম সমূহ লিখা।

উত্তৰঃ

(চ) তলত প্ৰশ্নবোৰৰ উত্তৰ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)
(১) সংবেদন কাক বোলে? ইয়াৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা

উত্তৰঃ 

(২) বিভিন্ন প্ৰকাৰৰ সংবেদনৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ

(৩) শিক্ষাত সংবেদনৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

(৪) সংবোধক কাক বোলে? সংবোধনৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ

(৫) সংবোধনৰ ধৰ্মসমূহ উল্লেখ কৰা। শিক্ষাত সংবোধনৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা।

উত্তৰঃ

(২) তীব্ৰতাঃ তীব্ৰতা বুলি কওঁতে গুণৰ তীব্ৰতাক বুজোৱা হয়।

উদাহৰণস্বৰূপে ক’

(৬) সংপ্ৰত্যয়ন কাক বোলে? এই প্ৰক্ৰিয়াক উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ সংবোধনৰ পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত আৰু সুসংগঠিত মানসিক পৰ্য্যায়কেই সংপ্ৰত্যয়ন বোলা হয়।

(৭) সংপ্ৰত্যয়নৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

(৮) সংপ্ৰত্যয়ন গঠনত শিক্ষকৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ

(৯) শিক্ষাত সংপ্ৰত্যয়ন গঠন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা সমূহ লিখা।

উত্তৰঃ

(১০) সংপ্ৰত্যয়ন কাক বোলে? এই সংপ্ৰত্যনৰ বিকাশ প্ৰক্ৰিয়াটো উল্লেখ কৰা।

উত্তৰঃ