ড॰ ভূপেন হাজৰিকাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ কি আছিল? যাৰ দ্বাৰা তেওঁ সকলো ধুমুহাক হেলাৰঙে নেওচিব পাৰিছিল?

উত্তৰঃ সংগীতে ড॰ ভূপেন হাজৰিকাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ যাৰ দ্বাৰা তেওঁ সকলো ধুমুহাক হেলাৰঙে নেওচিব পাৰিছিল।