ড॰ ভূপেন হাজৰিকাৰ একমাত্ৰ দুৰ্বলতা কি আছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকাৰ একমাত্ৰ দুৰ্বলতা এইটোৱে আছিল যে তেওঁ এগৰাকী স্বপ্নদ্ৰষ্টা, বাস্তৱৰ সন্মুখীন হ’ব নোৱাৰা ব্যক্তি আছিল।