ড॰ ভূপেন হাজৰিকাৰ কি গানটো শ্বেখ মজিবুৰ ৰহমানৰ দ্বাৰা স্থাপিত পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ’ ৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকাৰ জয় জয় নৱজাচ বাংলাদেশ জয় জয় মুক্তিবাহিনী গানটো শ্বেখ মজিবুৰ ৰহমানৰ দ্বাৰা স্থাপিত পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ’ ৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল।