ড॰ ভূপেন হাজৰিকা অসমৰ পৰা আঁতৰি বংগলৈ গৈ প্ৰথম অৱস্থাত তেওঁ কি হ’বলগীয়া হৈছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকা অসমৰ পৰা আঁতৰি বংগলৈ গৈ প্ৰথম অৱস্থাত তেওঁ বহু আৰ্থিক অনাতনৰ সন্মখীন হ’বলগীয়া হৈছিল।