ড॰ ভূপেন হাজৰিকা পৰিয়ালত ভাই-ভনী ভিতৰত জ্যেষ্ঠ কোন আছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকা পৰিয়ালৰ ভাই-ভনী ভিতৰত ড॰ ভূপেন হাজৰিকাই জ্যেষ্ঠ আছিল।