ড॰ ভূপেন হাজৰিকা সদায়ে তেওঁৰ কি জগতত বাস কৰিছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকা সদায়ে তেওঁৰ ল’ৰালি কাল আৰু যৌৱন অতিবাহিত কৰা অসমৰ সৰ্বাংগসুন্দৰ কাল্পনিক জগতখনত বাস কৰিছিল।