ডুবি আৰু নিধানপুৰ তামৰ ফলিত কিহৰ বিষয়ে উল্লেখ আছে?

উত্তৰঃ- ডুবি আৰু নিধানপুৰ তামৰ ফলিত বজ্ৰদত্তৰ বিষয়ে উল্লেখ আছে।