ড ভূপেন হাজৰিকা কিমান চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপিত হোৱাত তাৰ লগতো তেওঁ কিহত জড়িত হৈ পৰিছিল?

উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপিত হোৱাত তাৰ লগতো তেওঁ সত্ৰুিয়ভাৱে জড়িত হৈ পৰিছিল।