প্ৰতিসংস্কাৰ শব্দটো ক’ত ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ প্ৰতি সংস্কাৰ শব্দটো সংস্কাৰ আন্দোলনক ৰোধ কৰা অৰ্থত ব্যৱহাৰহ কৰা হৈছিল ।