প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ এই তন্ত্ৰ কেইটা ভাগত বিভক্ত উদাহৰণ দি লিখা?

উত্তৰঃ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ দুটা ভাগত বিভক্ত সেইকেইটা হ’ল

(১) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰ (Terrestrial ecosystem)ঃ উদাহৰণ-বনাঅঞ্চল পৰিস্থিতিতন্ত্ৰ, তৃণভূমি পৰিস্থিতন্ত্ৰ মৰুভূমি পৰিস্থিতিতন্ত্ৰ

(২) জলজ পৰিস্থিতন্ত্ৰ (Aquatic ecosystem)ঃ এই পৰিস্থিততন্ত্ৰ নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ’ব পাৰে।নিৰ্মল জল পৰিস্থিততন্ত্ৰ প্ৰবাহমান (lotic) মুক্ত প্ৰবাহৰ ৰূপত, যেনে নদী)অথবা আবদ্ধ জলৰো (lentic)(স্থিৰ ৰূপৰ, যেনে পুখুৰী হ্ৰদ) হ’ব পাৰে।