পৰিৱেশৰ সদস্যা কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পৰিৱেশৰ সদস্য দুইপ্ৰকাৰৰ সেইকেইটা হ’ল

প্ৰাকৃতিক সমস্যা -ভূমিকম্প, আগ্নেয়গিৰিৰ পৰা হোৱা উদ্গীৰণ বা আগ্ন্যুপাত ,অতিপাত বৰষুণ (বান),খৰাং ভূমিস্খলন, ধুমুহা, ছুনামি আদি।

মানুহৰ দ্বাৰা সৃষ্ট সমস্যা- জনসংখ্যা বৃদ্ধি প্ৰাকৃতিক সম্পদৰ নিঃশেষীকৰণ, প্ৰদুষণ, বনাঅঞ্চল ধ্বস বা নিৰ্বানীকৰণ, ঔদ্যোগিক আৰু যান-বাহনৰ পৰা নিৰ্গত গেছ ভূগৰ্ভস্থ ইন্ধনৰ বহুল ব্যবহাৰ যুদ্ধ আদি।