বাৰ্ণিয়াৰে মোগল আমোলৰ নগৰ-চহৰসমূহক কি বুলি বৰ্ণনা কৰিছিল ?

উত্তৰঃ- বাৰ্ণিয়াৰে মোগল আমোলৰ নগৰ-চহৰসমূহক “কেম্প-নগৰ” বুলি বৰ্ণনা কৰিছিল ।