বিদ্যায়ল আৰু ইয়াৰ সংগঠন | অধ্যায় 3 | Class 11 Education (AHSEC) 2 Question and Answer Assam | HS 1st Year Education Chapter 3 Question and Answer Assamese Medium Solution | HS 1st Year Education (AHSEC) 2 Lesson 3 Shorts Important Question and Answer Assamese Medium Notes and Suggestion |

বিদ্যলয় আৰু ইয়াৰ সংগঠন

(ক) খালী ঠাই পূৰ কৰা।

১। এখন স্কুলৰ ভূমি হৈছে  সম্পদ।

উত্তৰঃ 

২। শ্ৰেণীকক্ষ বিদ্যালয়ৰ  সম্পদৰ অন্তৰ্ভূক্ত।

উত্তৰঃ

৩। বিদ্যালয় ভূমি  আকৃতিৰ হ’ব লাগে।

উত্তৰঃ

৪। বিদ্যালয়ৰ মূৰব্বীৰ কাৰ্যালয়  স্থানত থাকিব লাগে।

উত্তৰঃ

৫। এটা আদৰ্শ শ্ৰেণীত ছাত্ৰৰ সৰ্ব্বোচ্চ সংখ্যা  হ’লে ভাল হ’ল।

উত্তৰঃ

৬। এটা কম্পিউটাৰত মূলত  অংশ থাকে।

উত্তৰঃ

৭। মণিটৰ কম্পিউটাৰৰ  অংশৰ অন্তৰ্ভূক্ত।

উত্তৰঃ

৮। কম্পিউটাৰৰ যান্ত্ৰিক অংশক  বুলি কোৱা হয়।

উত্তৰঃ

৯। লাইব্ৰেৰী বিদ্যালয় সংগঠনৰ  সম্পদ।

উত্তৰঃ

১০। সংকীৰ্ণ অৰ্থত পাঠ্যক্ৰম হৈছে  ৰ সমষ্টি।

উত্তৰঃ

১১। পাঠ্যক্ৰমৰ ইংৰাজী প্ৰতি শব্দটো  শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ

১২। গতানুগতিক পাঠ্যক্ৰম  কেন্দ্ৰিক।

উত্তৰঃ

১৩। প্ৰথম অৱস্থাত সহ পাঠ্যক্ৰমিকক  বুলি কোৱা

 হৈছিল।

উত্তৰঃ

১৪। U G C সম্পূৰ্ণ নামটো হৈছে  ।

উত্তৰঃ

১৫। বিশ্ববিদ্যালয় অনুদান আয়োগ  চনত আৰম্ভ হৈছিল।

উত্তৰঃ 

১৬। এজন শিক্ষক ছাত্ৰৰ বাবে বন্ধু, দাৰ্শনিক আৰু  ।

উত্তৰঃ

১৭। ই-মেইল  সাহাৰ্যত  পঠোৱা হয়।

উত্তৰঃ

১৮।  আয়োগ বিশ্ববিদ্যালয় অনুদান আয়োগ স্থাপনৰ পৰামৰ্শ আগবঢ়াইছিল।

উত্তৰঃ

১৯। N C E R T  চনত স্থাপন হৈছিল।

উত্তৰঃ 

২০। অসমৰ SCERT  চনত স্থাপন হৈছিল।

উত্তৰঃ ১৯৮৫।

খ। ভুল নে শুদ্ধ লিখাঃ

১। লাইব্ৰেৰী বিদ্যালয়ৰ ভৌতিক সম্পদক।

উত্তৰঃ

২। শিক্ষক জন্মে গঢ়ি নুঠে।

উত্তৰঃ

৩। DIET সমূহে মাধ্যমিক স্কুলৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদাৰ কৰে।

উত্তৰঃ শুদ্ধ।

৪। বিদ্যালয়ৰ ভূমি খণ্ডৰ আকৃতি বৰ্গাকাৰ হ’ব লাগে।

উত্তৰঃ শুদ্ধ।

৫। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাৰ্যালয় আচুতীয়া ঠাইত থাকিব লাগে।

উত্তৰঃ

৬। আধুনিক পাঠ্যক্ৰম শিশুকেন্দ্ৰিক।

উত্তৰঃ

৭। বিষয়ে বস্তুৰ জ্ঞান এজন শিক্ষকৰ ব্যক্তিগত গুণ।

উত্তৰঃ

৮। কম্পিউটাৰৰ মণিটৰৰ মস্তিষ্ক বুলি কোৱা হয়।

উত্তৰঃ ভুল।

৯। পূৰ্বতে সহ পাঠ্যক্ৰমিক কাৰ্যায়লীসমূহক অতিৰিক্ত কাৰ্য্যাৱালীবুলি কোৱা হৈছিল।

উত্তৰঃ

১০। NCERT 1992 চনত স্থাপন কৰা হৈছিল।

উত্তৰঃ

গ। এটা বাক্যত উত্তৰ দিয়াঃ

১। “SKHOLE” শব্দটোৰ অৰ্থ লিখা? 

উত্তৰঃ

২। এটা আদৰ্শ শ্ৰেণীকক্ষৰ আকাৰ কেনে হ’ব লাগে। 

উত্তৰঃ

৩। “Technology” শব্দটোৰ মূল কি? 

উত্তৰঃ

৪। ইণ্টাৰনেট কি? 

উত্তৰঃ

৫। অসমত SCERT কেতিয়া স্থাপন হৈছিল।

উত্তৰঃ

৬। UGC ৰ মূখ্য কাৰ্যালয় ক’ত আছে।

উত্তৰঃ

৭। Web site কি? 

উত্তৰঃ

ঘ। চমু উত্তৰ দিয়৪া (প্ৰতি প্ৰশ্নৰ বাবে ২  নম্বৰ)ঃ

১। বিদ্যালয় সংগঠনৰ বাবে দুটা বৈষয়িক সম্পদৰ নাম লিখা।

উত্তৰঃ

২। বিদ্যালয় সংগঠনৰ দুটা মানৱ সম্পদৰ নাম লিখা।

উত্তৰঃ

৩। শিক্ষাত কম্পিউটাৰৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ

৪। এজন শিক্ষকৰ দুটা ব্যক্তিগত গুণ লিখা।

উত্তৰঃ

৫। UGC ৰ মূল কাম কি? 

উত্তৰঃ

৬। সহ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত দুটা সামাজিক কামৰ নাম লিখা। 

উত্তৰঃ

৭। সহপাঠ্যক্ৰমিক কাৰ্য্যাৱলী দুটা উদ্দেশ্য লিখা।

উত্তৰঃ

৮। বিদ্যালয়ৰ লাইব্ৰেৰীৰ অৱস্থান সম্পৰ্কে লিখা।

উত্তৰঃ

৯। ই-মেইল কি? 

উত্তৰঃ

১০। Web site সম্পৰ্কে দুটা টোকা লিখা।

উত্তৰঃ

ঙ। চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)ঃ

১। বিদ্যালয়ৰ ভূমি নিৰ্ভাচনৰ চাৰিটা চৰ্ত লিখা।

উত্তৰঃ

২। বিদ্যালয় গৃহ নিৰ্মানৰ চাৰিটা চৰ্ত লিখা।

উত্তৰঃ

৩। বিদ্যালয় পুথি ভৰাল সম্পৰ্কে লিখা।

উত্তৰঃ

৪। বিদ্যালয় পৰীক্ষাগাৰ কেনে হোৱা উচিত।

উত্তৰঃ

৫। টেলি কনফাৰেন্সিং সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ

৬। এজন সূচলকাৰী হিচাবে শিক্ষকৰ ভূমিকা লিখা।

উত্তৰঃ

৭। এজন অভিৰোনকাৰী হিচাবে শিক্ষকৰ ভূমিকা লিখা।

উত্তৰঃ

৮। শিক্ষাত প্ৰযুক্তিবিজ্ঞানৰ ভূমিকা লিখা।

উত্তৰঃ

৯। সহপাঠ্যক্ৰমৰ সুবিধাসমূহ লিখা।

উত্তৰঃ 

১০। পাঠ্যক্ৰমৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ

চ। তলৰ প্ৰশ্নৰ উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)ঃ

১। বিদ্যালয় সংগঠন কি? বিদ্যলয়ৰ সংগঠনৰ বৈষয়িক  সম্পদৰ বিষয়ে লিখা।

উত্তৰঃ

২। বিদ্যালয়ৰ মানৱ সম্পদ হিচাবে শিক্ষাৰ্থীৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

৩। বিদ্যালয়ৰ মানৱ সম্পদ বুলিলে কি বুজা? 

উত্তৰঃ

৪। বিদ্যালয়ত পৰামৰ্শদানকাৰী হিচাবে শিক্ষকৰ ভূমিকা লিখা।

উত্তৰঃ

৫। পাঠ্যক্ৰম কি? পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ

৬। সহপাঠ্যক্ৰম কি? শিক্ষাত ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৭। বিভিন্ন প্ৰকাৰৰ সহ পাঠ্যক্ৰমিক বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৮। NCERT কাৰ্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ

৯। শিক্ষাত কম্পিউটাৰৰ ব্যৱহাৰৰ সুবুধাসমূহ লিখা।

উত্তৰঃ

১০। এজন আদৰ্শ শিক্ষকৰ গুণসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

১১। UGC ৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ

১২। DIET ৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ