বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদসমূহ কি কি?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ সম্পদসমূহ হৈছে-

১) বনজ সম্পদ

২) জল সম্পদ

৩) ভূমি সম্পদ

৪) খনিজ সম্পদ

৫) খাদ্য সম্পদ

৬) শক্তি সম্পদ